[4]-OPERATION.
Post-mortem Madhab
Subject-Talaq And The Hilla Marriage
-sgis-16.11.2015-Assamese.
----------------------------------------------------
প্রশ্ন- (ক)এজন ইমাম চাহেবে একে বৈঠকত এজন ব্যক্তিৰ দ্বাৰা তেওঁৰ স্ত্রীক তিন তালাক প্রদান কৰালে। তাৰ পিছত তাতেই উক্ত মহিলাক আন এজন পুৰুষৰ লগত বিয়া দিলে।
(খ)উক্ত প্রথম ব্যক্তিজনে পুণৰ মহিলা গৰাকীক হিল্লা-বিয়া কৰিব।
--উক্ত তালাক , বিবাহ আৰু হিল্লা-বিয়া সঠিক হৈছে নে ?
+++++++++++++++++++++++++++++
উপৰোক্ত প্রশ্নৰ তালাক , বিবাহ আৰু হিল্লা-বিয়াৰ গোটেই ফতোৱা খিনি হানাফি মজহাবৰ পৰা ব্যৱহাৰ কৰা হৈছে। ইবলীচ বা চয়তানৰ এটা সীমা থাকে; কিন্তু এওঁলোকে সীমা অতিক্রম কৰি কোৰআন, হাদীচ বাদদি ফতোৱা ব্যৱহাৰ কৰে।
+++++++++++ +++++++++++++++++
উত্তর :(ক)- উক্ত তালাক ও বিবাহ দুয়োটাই শৰীআতৰ দৃষ্টিত অবৈধ হৈছে।
--প্রথমতঃ -একেলগে তিনি তালাক দিলে সেইটো এক তালাক হিচাবে গণ্য হব (মুসলিম হা/১৪৭২-৭৩; আবুদাঊদ হা/২১৯৬, সনদ হাসান)। কিয়নো তালাকৰ সঠিক পদ্ধতি হৈছে পৃথক পৃথক ভাবে তিন তুহুৰে তিনিবাৰ তালাক দিয়া (বাক্বাৰাহ ২/২২৯; তালাক্ব ৬৫/১-২)।
--দ্বিতীয়তঃ- সঠিকভাবে তালাক সম্পন্নৰ পিছত ইদ্দতৰ শেষত উক্ত মহিলা আনৰ লগত বিবাহ কৰিব পাৰিব (বাক্বাৰাহ ২/২২৮)
--ইদ্দতৰ মাজত বিবাহৰ কোন সুযোগ নাই।
++++++++++++++++++++++++++++
উত্তর :(খ)-
হিল্লা-বিয়া কি?
‘হিল্লা’ শব্দটো সঠিক নহয়। আৰবীত শব্দটো হ’ল ‘হীলাহ্’; অর্থাৎ কৌশল, ফন্দি, ছল, চাতুৰী ইত্যাদি। পৰিভাষাযত হিল্লা বুলি কোৱা হয় : ‘কোনো স্বামীৰ তিন তালাক প্রাপ্তা স্ত্রীক এই শর্তত বিয়া কৰোৱা হয় যে, বিয়া পিছত সহবাস কৰাৰ পিছত স্ত্রীক তালাক দিব; যেন তেওঁ পূর্বৰ স্বামীৰ বাবে হালাল হয়। আৰু পূর্বৰ স্বামীয়ে সেই স্ত্রীক পুনৰায় বিয়া কৰিব পাৰে। অনেক অজ্ঞ, মূর্খ ও ইচলামবিদ্বেষী লোকে এই হিলাল বিয়াক ইছলামৰ এটা বিধান বুলি চলাই দিব বিচাৰে। অথচ ইছলামৰ লগত ইয়াৰ কোনো সম্পর্ক নাই।হাদীচত এনে বিয়াক অভিশপ্ত কৰা হৈছে। আবদুল্লাহ ৰাদিয়াল্লাহু ‘আনহুএ কৈছে-
--‘হালালকারী ও যার জন্য হালাল করতে আগ্রহী, তাদের উভয়কে নবী সাল্লাল্লাহু ‘আলাইহি ওয়াসাল্লাম অভিশাপ দিয়েছেন।’ [আবদুর রাযযাক, মুসান্নাফ : ৩৬১৯০]
--রাসূলুল্লাহ সাল্লাল্লাহু ‘আলাইহি ওয়াসাল্লামের দ্বিতীয় খলীফা উমর ইবনুল খাত্তাব রাদিয়াল্লাহু ‘আনহু বলতেন,
--‘আমার কাছে যে কোনো হালালকারী ও যার জন্য হালাল করতে আগ্রহীকেই আনা হোক না কেন, আমি তাদের প্রতি ‘রজম’ তথা প্রস্তর নিক্ষেপের শাস্তি প্রয়োগ করব।’ [আবদুর রাযযাক, মুসান্নাফ : ৩৬১৯১; বাইহাকী, আস- সুনান আল-কুবরা : ১৪১৯১]
++++++++++++++++++++++++++++++++
অনুৰোধঃ-
ইয়াৰ গোটেইখিনি কথা অতি সূক্ষম ভাবে প্রতিজন সচেতন মুছলীম নৰ-নাৰীয়ে বুজাটো অতিকে প্রয়োজন, যাতে কোনো মুছলীম নৰ-নাৰীয়ে নিজকে কলঙ্কিত কৰি আল্লাহ তা’লাৰ ওচৰত জবাবদেহি নহয়।
--ইয়াৰ বাবে তলত দিয়া ডাঃ জাকিৰ নায়কৰ videoটো যেনে তেনে চাব।(অনুগ্রহ কৰি নায়কক নহয়, তেওঁৰ দলীল ভিত্তিত কথাৰ ওপৰতহে গুৰুত্ব দিব। Dr. Zakir Naik said himself, he is nothing.

Dr. Zakir Naik - Triple Talaq (urdu)
https://youtu.be/UR1YVUSxV0k
+++++++++++++++++++++++++++++
Contd…..in sha allah…